মাধৱমাধৱ লতা

মাধৱ কন্দলি (Assamese) [ Roman: ma.dhob kon.do.li]
Contributed by: Bikram M Baruah on 2010-01-28
1. PersonalitiesLiteratureHinduism(Proper Noun-Masculine) A fourteenth century Assamese poet and the best before Sankardeva. He translated into Assamese the Ramayana of Valmiki in verse format (Kotha Ramayana). This is supposed to be the first amomg the modern Indian Aryan languages. শঙ্কৰদেৱে পূৰ্বকবি অপ্ৰমাদী আখ্যা দিয়া মাধব কন্দলি(চতুৰ্দশ শতিকা) প্ৰাকশঙ্কৰী যুগৰ শ্ৰেষ্ঠ কবি৷বৰাহী কবি মহামাণিক্যৰ পৃষ্ঠপোষকতাত তেওঁ বাল্মিকীৰ ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল৷তেওঁৰ ৰচনাখন আধুনিক ভাৰতীয় আৰ্যভাষাসমূহৰ ভিতৰত প্ৰথম ৰচনা বুলি ধৰা হয়৷